Maya Loga
Similar songs
Parizaat
NaYan DeKa03:54
Akash
Rupam Bhuyan03:01
Uxaah (Yatres Remix)
Sannidhya Bhuyan,Nikhil,Tavreed04:20
Tumar Hahi feat. Micheal Harrison
Debaxixx,Samiran Dutta,Micheal Harrison01:32
03:52
Kaxote Rowa
Deepjyoti Kalita04:37
Sokur Jui
Bhaskar Jyoti Sarma04:31
Bhabonat Tumi
Gaurav Rajkonwar03:08
Ei Bate Aahana
Bhaswati Bharati03:46
Meghor Ronjona
Debaxixx,Ankur Dawo,Shrutidhara Bora03:37
Similar Songs
Parizaat
NaYan DeKa
Akash
Rupam Bhuyan
Uxaah (Yatres Remix)
Sannidhya Bhuyan,Nikhil,Tavreed
Tumar Hahi feat. Micheal Harrison
Debaxixx,Samiran Dutta,Micheal Harrison
Trikha
Samiran Kashyap,Dritisha Bujar Baruah
Kaxote Rowa
Deepjyoti Kalita
Sokur Jui
Bhaskar Jyoti Sarma
Bhabonat Tumi
Gaurav Rajkonwar
Ei Bate Aahana
Bhaswati Bharati
Meghor Ronjona
Debaxixx,Ankur Dawo,Shrutidhara Bora
About song
Album: Maya Loag
Genre :R and B
615 Plays
Music: Boney Beats
Tune: Pronil
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS
Lyrics
The person you’re calling is currently busy, please call again later…
মায়া লগা দুচকুতেই
তোমাৰ চালে কিনো হয় হৃদয়তে
মায়া লগা দুচকুতেই (yeah, yeah, yeah)
মায়া লগা দুচকুতেই
তোমাৰ চালে কিনো হয় হৃদয়তে
আহিবনে ঘূৰি আকৌ সেই বাটেৰে মোৰ বাবে (মোৰ বাবে)
মই জানো তুমি বহুদুৰ গলাহি আঁতৰি মোৰ পৰা
কিয় মনে বিচাৰে তোমাৰ পৰশ পাবলে
পাবলে (yeah, yeah, yeah)
সেই সময়ত অকলে আছিলোঁ নাছিলা লগতে মোৰ
চেষ্টা কৰিছোঁ নিজকে ঠেলিব বহুদুৰ
নাই আজি তুমি লগতে মোৰ
তথাপিও ৰৈ আছে সপোনবোৰ
সফল কৰিম এদিন মনৰ খুভ
যত নেকি মই বতাহৰ গতিতে
উৰুৱাই দিম মোৰ মণৰে দুখ
ঘুৰিতো নাচাও আৰু বাটৰ চিনাকি বোৰক
Yes মই জীয়াব শিকিলো মৰাৰ বহু পিছত
এতিয়া ৰাস্তা বিচাৰি যাত্ৰা জীৱনৰ আৰম্ভনি কৰি
যাবলৈ আগুৱাই আছে সুততে
কপনি তোমাকেই দেখিলে মোৰ উঠে
মগ্ন মই আজি গানতে প্ৰেমত মানুহে পৰি যে কিয়
তোমাকে ভিতৰৰ পৰা ভাঙিব কৰিব নিয়ন্ত্ৰণৰে বুজাব
যদিহে নুবুজা তোমাক এৰিব then কৰিব act like তোমাৰেই ভুল
চিনাকি পৰিচয় বুকুতে হৈ যাব অতীতৰ ভুল
পাহৰিব নোৱাৰিবা কাৰণ এই মৰম বোৰ real হয়
দিনতেই সপোনৰ নগৰীত তুমি যে ভীৰ হৈ
অতীতৰ চিনাকি দিবলে আহিছা নেকি আকৌ ঘুৰি
অতীতৰ চিনাকি নেকি আকৌ দিবলে আহিছা ঘুৰি
মায়া লগা দুচকুতেই
তোমাৰ চালে কিনো হয় হৃদয়তে
মায়া লগা দুচকুতেই (yeah, yeah, yeah)
মায়া লগা দুচকুতেই
তোমাৰ চালে কিনো হয় হৃদয়তে
আহিবনে ঘূৰি আকৌ সেই বাটেৰে মোৰ বাবে (মোৰ বাবে)
মই জানো তুমি বহুদুৰ গলাহি আঁতৰি মোৰ পৰা
কিয় মনে বিচাৰে তোমাৰ পৰশ পাবলে
পাবলে (yeah, yeah, yeah)